বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান : অসমীয়া কবি সাহিত্যিক সকলৰ ছদ্মনাম

সাধাৰণ জ্ঞান 

অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমীয়া কবি সাহিত্যিক সকলৰ ছদ্মনামৰ ওপৰত বিভিন্ন প্ৰশ্ন অহা দেখা যায় ৷ তলত কেইগৰাকীমান কবি সাহিত্যিকৰ নাম আৰু তেওঁলোকৰ ছদ্মনামৰ বিষয়ে উল্লেখ কৰা হ’ল ৷

অসমীয়া কবি সাহিত্যিক সকলৰ ছদ্মনাম 

ক্ৰমিক নং নাম ছদ্মনাম
১। হোমেন কুমাৰ শৰ্মা নীলিম কুমাৰ
২। ৰেবতীমোহন দত্ত চৌধুৰী শীলভদ্ৰ
৩। বাণীকান্ত কাকতি ভবানন্দ, পাঠক
৪। ডº বিৰিঞ্চি কুমাৰ বৰুৱা বীণা বৰুৱা, ৰাস্না বৰুৱা
৫। ভূবনমোহন বৰুৱা কাঞ্চন বৰুৱা
৬। ভবানন্দ দত্ত নাচিকেতা
৭। ৰজনীকান্ত বৰদলৈ ভোলাই শৰ্মা
৮। ডº ভবেন্দ্ৰনাথ শইকীয়া সঞ্জয়/প্ৰিয় বন্ধু
৯। ডº হীৰেণ গোঁহাই নিৰঞ্জন ফুকন
১০। নিৰ্মলপ্ৰভা বৰদলৈ নীলা বাইদেউ
১১। ইন্দিৰা গোস্বামী মামনি ৰয়চম গোস্বামী
১২। লক্ষ্মীনাথ বেজবৰুৱা কৃপাবৰ বৰবৰুৱা
১৩। নৱকান্ত বৰুৱা এখুদ ককাইদেউ, সীমাদত্ত, ন-আইতা
১৪। সুৰেন্দ্ৰ নাথ মেধি সৌৰভ কুমাৰ চলিহা
১৫। চৈয়দ আব্দুল মালিক অজগৰ/স্বামী অভগানন্দ
১৬। বিনন্দচন্দ্ৰ বৰুৱা কেৰপাই শৰ্মা
১৭। দিনেশচন্দ্ৰ গোস্বামী চাৰুদত্ত
১৮। পাৰ্বতিপ্ৰসাদ বৰুৱা হয়ভৰ অভয়পুৰীয়া
১৯। ডº সূৰ্যকুমাৰ ভূঞা ভানু নন্দন
২০। অতুলচন্দ্ৰ হাজৰিকা চিত্ৰদাস
Share it....
Categories GK

Leave a Comment