সাধাৰণ জ্ঞান
অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমীয়া কবি সাহিত্যিক সকলৰ ছদ্মনামৰ ওপৰত বিভিন্ন প্ৰশ্ন অহা দেখা যায় ৷ তলত কেইগৰাকীমান কবি সাহিত্যিকৰ নাম আৰু তেওঁলোকৰ ছদ্মনামৰ বিষয়ে উল্লেখ কৰা হ’ল ৷
অসমীয়া কবি সাহিত্যিক সকলৰ ছদ্মনাম
ক্ৰমিক নং | নাম | ছদ্মনাম |
১। | হোমেন কুমাৰ শৰ্মা | নীলিম কুমাৰ |
২। | ৰেবতীমোহন দত্ত চৌধুৰী | শীলভদ্ৰ |
৩। | বাণীকান্ত কাকতি | ভবানন্দ, পাঠক |
৪। | ডº বিৰিঞ্চি কুমাৰ বৰুৱা | বীণা বৰুৱা, ৰাস্না বৰুৱা |
৫। | ভূবনমোহন বৰুৱা | কাঞ্চন বৰুৱা |
৬। | ভবানন্দ দত্ত | নাচিকেতা |
৭। | ৰজনীকান্ত বৰদলৈ | ভোলাই শৰ্মা |
৮। | ডº ভবেন্দ্ৰনাথ শইকীয়া | সঞ্জয়/প্ৰিয় বন্ধু |
৯। | ডº হীৰেণ গোঁহাই | নিৰঞ্জন ফুকন |
১০। | নিৰ্মলপ্ৰভা বৰদলৈ | নীলা বাইদেউ |
১১। | ইন্দিৰা গোস্বামী | মামনি ৰয়চম গোস্বামী |
১২। | লক্ষ্মীনাথ বেজবৰুৱা | কৃপাবৰ বৰবৰুৱা |
১৩। | নৱকান্ত বৰুৱা | এখুদ ককাইদেউ, সীমাদত্ত, ন-আইতা |
১৪। | সুৰেন্দ্ৰ নাথ মেধি | সৌৰভ কুমাৰ চলিহা |
১৫। | চৈয়দ আব্দুল মালিক | অজগৰ/স্বামী অভগানন্দ |
১৬। | বিনন্দচন্দ্ৰ বৰুৱা | কেৰপাই শৰ্মা |
১৭। | দিনেশচন্দ্ৰ গোস্বামী | চাৰুদত্ত |
১৮। | পাৰ্বতিপ্ৰসাদ বৰুৱা | হয়ভৰ অভয়পুৰীয়া |
১৯। | ডº সূৰ্যকুমাৰ ভূঞা | ভানু নন্দন |
২০। | অতুলচন্দ্ৰ হাজৰিকা | চিত্ৰদাস |